LITTLE KNOWN FACTS ABOUT ASSAMESE SYNONYMS.

Little Known Facts About Assamese synonyms.

Little Known Facts About Assamese synonyms.

Blog Article

অমৰনাথ, অমৰপতি, অমৰেশ, আখণ্ডল, ইন্দ্ৰ, কুলিশী, গোত্ৰভিৎ, ঘনবাহন, জম্ভাৰাতি, জম্ভাৰি, জীমূতবাহন, ত্ৰিদশাধিপতি, দিৱস্পতি, দেৱৰাজ, দেৱপতি, দেৱেন্দ্ৰ, পৰ্জন্য, পাকশাসন, পুৰন্দৰ, পুৰুহূত, পুৰুদ্ৰুহ, পূতক্ৰতু, প্ৰাচীপতি, বজ্ৰধৰ, বজ্ৰপাণি, বজ্ৰী, বৰক্ৰতু, বৰত্ৰন্তু, বলবিনাশন, বলভিদ, বলহা, বলসূদন, বলৰিপু, বাসৱ, বাস্তোস্পতি, বৃত্ৰহা, বৃত্ৰাৰি, বৃহদ্ৰথ, মঘৱা, মেঘবাহন, শচীন্দ্ৰ, শচীপতি, শচীবিলাস, শতক্ৰতু, শত্ৰু, সহস্ৰনয়ন, সহস্ৰলোচন, সহস্রাক্ষ, সুনাসীৰ, সুৰপতি, সুৰেন্দ্ৰ, সুৰেশ, সুৰেশ্বৰ, হৰিহয়, হৰ্যশ্ব৷

অজিহ্ব, কটুৰৱ, কৃত্যালয়, দাদুৰ, দৰ্দুৰ, প্লৱ, প্লৱংগ, প্লৱংগম, প্লৱগ, বৃষ্টিভূ, বেং, বৰ্ষাঘোষ, বৰ্ষাভূ, বৰ্ষামদ, ভেক, ভেকুলী, here ভেকোলা, মণ্ডুক, শালুৰ৷

অচিন্তনীয়, অবাস্তৱ, অবিশ্বাস্য, অভাৱনীয়, অসম্ভৱ, অসম্ভৱপৰ, অসম্ভাব্য, সুদূৰপৰাহত৷

অবৈধ প্রণয়িনী, অসতী, ইত্বৰী, উপস্ত্ৰী, কুলটা, দ্বিচাৰিণী, নষ্টা, নাগৰী, ব্যভিচাৰিণী, ভ্ৰষ্টা, ৰক্ষিতা, স্বৈৰিণী৷

অক্ষত, নিখুঁত, নিঘুণী, নিদাগ, সৰ্বাংগসুন্দৰ৷

অগ্নিমান্দ্য, পেটৰ অসুখ, বদহজম, মন্দাগ্নি৷

অখিলাত্মা, অজৰ, অনন্ত, অনাদি, অমৰ, অক্ষৰ, অক্ষয়পুৰুষ, আদিনিৰঞ্জন, আল্লা, আল্লাহ, ইচ্ছাময়, ঋতম্ভৰ, ওপৰৱালা, কৰিম, কৰুণাময়, খোদা, খোদাতাল্লা, গড, গোসাঁই, চিদানন্দ, জগতপতি, জগদীশ, জগদীশ্বৰ, জগন্নাথ, জগন্নিৱাস, জগবন্ধু, জগৎপিতা, জগৎকৰ্তা, জগৎস্ৰষ্টা, দয়াময়, দীননাথ, দীনবন্ধু, ধাতা, নিৰঞ্জন, নিৰাকাৰ, নিৰাময়, পতিত-পাৱন, পৰমপিতা, পৰমপুৰুষ, পৰমব্ৰহ্ম, পৰমাত্মা, পৰমানন্দ, পৰমেশ, পৰমেশ্বৰ, পৰাৎপৰ, প্রভু, বিধাতা, বিভু, বিৰাটপুৰুষ, বিশ্বাত্মা, ভগৱান, ভুৱনেশ্বৰ, ভূমা, মালিক, সচ্চিদানন্দ, সনাতন, সৃষ্টিকৰ্তা, স্বয়ম্ভু৷

অতুল, অতুলন, অতুলনীয়, অতুল্য, অনন্য, অনন্যসাধাৰণ, অনুপম, অপূৰ্ব, অসাধাৰণ, তুলনাবিহীন, তুলনাহীন, নজিৰবিহীন, নিৰুপম৷

অজগৌ, আহম্মক, জধামূৰ্খ, নিৰ্বুদ্ধি, নিৰ্বোধ, বুদ্ধিশূন্য, বুদ্ধিহীন, মন্দমতি, মূঢ়, মূৰ্খ, মূৰুখ, মূৰুখমতি৷

অধ্যয়নকাৰী, অধ্যেতা, ছাতৰ, ছাত্ৰ, পাঠাৰ্থী, বিদ্যাৰ্থী, শিক্ষাৰ্থী৷

অচিৰপ্ৰভা, অচিৰাভা, অণুভা, অনুপ্ৰভা, ক্ষণদ্যুতি, ক্ষণপ্রকাশ, ক্ষণপ্ৰভা, চঞ্চলা, চপল, চিকুৰ, দামিনী, নীলাঞ্জনা, বিজুৰি, বিজুলী, বিদুলী, মেঘজ্যোতি, শম্পা, সৌদামিনী৷

অসমা, অসমী, কামৰূপ, প্ৰাগজ্যোতিষপুৰ, বৰ অসম৷

অতিপ্রাকৃত, অদ্ভুত, অনিয়মীয়া, অপ্রাকৃত, আচৰিত, আজব, আজগুবি, উদ্ভট, নাভূত-নাশ্ৰুত, নোহোৱা-নোপজা৷

অধিমূল্য, অৰ্ঘ, দৰ, দাম, নিৰিখ, ভাও, মূল্য৷

Report this page